passionpassionate

passion fruitsci (English) [ IPA: ˈpæʃən ˈfruːt ASM: পেচন ফ্ৰুট]
Contributed by: Kishor Kumar Barman on 2008-06-08
1. (Common Noun-Common) a plant cultivated commercially for its fruit. It is native to South America and widely grown in India, New Zealand, the Caribbean, Brazil, southern Florida, Hawaii, Australia, East Africa, Israel and South Africa. The passion fruit is round to oval, yellow or dark purple at maturity, with a soft to firm, juicy interior filled with numerous seeds. The fruit can be grown to eat or for its juice, which is often added to other fruit juices to enhance aroma. Source: wikipedia বাণিজ্যিক ভাৱে খেতি কৰা এবিধ ফল৷ আদিতে এই ফল আমেৰিকা যুক্তৰাষ্ট্ৰৰ যদিও বৰ্তমান ভাৰত, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, ব্ৰাজিল, দক্ষিণ ফ্ল’ৰিডা, হাৱাই, অষ্ট্ৰেলিয়া, পূৱ আফ্ৰিকা, ইজৰাইল আৰু দক্ষিণ আফ্ৰিকাত বহুল ভাৱে খেতি কৰা হয় ৷ বহুতো গুটি যুক্ত, কোমল বা কঠিন ৰসাল ভিতৰ ভাগৰ, ই এবিধ গোলাকৃতিৰ, পকিলে হালধীয়া বা ডাঠ বেগুণীয়া ৰঙৰ ফল ৷ ইয়াক চোবাই খাবলৈ বা ৰস আহৰণ কৰি আন ফলৰ ৰসৰ লগত মিহলাই সুগন্ধি কৰিবলৈ খেতি কৰা হয় ৷